প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উপকূলৰক্ষী বাহিনীৰ ‘প্ৰতিষ্ঠা দিৱস’ উপলক্ষে বাহিনীটোৰ সকলো কৰ্মীলৈ শুভকামনা জনাইছে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
01 FEB 2024 9:43AM by PIB Guwahati
‘উপকূলৰক্ষী বাহিনী’ৰ ‘প্ৰতিষ্ঠা দিৱস’ উপলক্ষে বাহিনীটোৰ সকলো কৰ্মীলৈ শুভকামনা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
‘এক্স’-ত কৰা ‘পোষ্ট’-ত প্ৰধানমন্ত্ৰীয়ে কয়,
‘ভাৰতীয় উপকূলৰক্ষী বাহিনী’ৰ ৪৮ সংখ্যক ‘প্ৰতিষ্ঠা দিৱস’ত মই বাহিনীটোৰ সকলো জোৱান আৰু কৰ্মচাৰীবৃন্দলৈ মোৰ শুভকামনা জ্ঞাপন কৰিছো। সামুদ্ৰিক সুৰক্ষা, ৰাষ্ট্ৰৰ নিৰাপত্তা আৰু পৰিৱেশৰ প্ৰতিপালনৰ ক্ষেত্ৰত তেওঁলোকৰ উত্সৰ্গিত সেৱা নিতান্তই অতুলনীয়। ভাৰতে তেওঁলোকৰ অটল সতৰ্কতা আৰু সেৱাৰ বাবে সকলোকে অভিবাদন জনাইছে।
**********
DS/ST/KB
(रिलीज़ आईडी: 2001176)
आगंतुक पटल : 109
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam