প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘থাইপুছম’ত জনসাধাৰণলৈ শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
25 JAN 2024 9:03PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘থাইপুছম’ উপলক্ষে জনসাধাৰণলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰে।
তেওঁ ভগৱান মুৰুগনৰ ওচৰত তেওঁৰ নিৰন্তৰ আশীৰ্বাদ বিচাৰি প্ৰাৰ্থনা কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে:
"থাইপুছমৰ বিশেষ অনুষ্ঠান উপলক্ষে শুভেচ্ছা জনাইছোঁ! ভগৱান মুৰুগনৰ আশীৰ্বাদ সদায় আমাৰ ওপৰত বৰ্ষিত হওক। এই বিশেষ দিনটোৱে সকলোৰে বাবে শক্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক। সকলোৱেই সুখী আৰু স্বাস্থ্যৱান হোৱাৰ কামনাৰে মই প্ৰাৰ্থনা কৰিছোঁ।"
***
DS/RT/KB
(रिलीज़ आईडी: 1999967)
आगंतुक पटल : 105
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam