প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চুৰিনাম আৰু ত্ৰিনিদাদ আৰু টোবাগোৰ পৰা প্ৰেৰিত ভজন সহভাগ কৰে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
19 JAN 2024 9:51AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চুৰিনাম আৰু ত্ৰিনিদাদ আৰু টোবাগোৰ পৰা প্ৰেৰিত ভজন সহভাগ কৰে। ভজনকেইটাই ৰামায়ণৰ চিৰন্তন বাৰ্তাকে বহন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে:
"ৰামায়ণৰ বাৰ্তাই সমগ্ৰ বিশ্বৰ জনতাক অনুপ্ৰাণিত কৰি আহিছে। ইয়াত চুৰিনাম আৰু ত্ৰিনিদাদ আৰু টোবাগোৰ কেইটিমান ভজন আছে:
শতিকাৰ পাছত শতিকা পাৰ হ'ব পাৰে, মহাসাগৰে আমাক পৃথক কৰিব পাৰে, কিন্তু আমাৰ পৰম্পৰাৰ হৃদয় পৃথিৱীৰ বিভিন্ন প্ৰান্তত শক্তিশালী ৰূপতে স্পন্দিত হৈ আহিছে। #ShriRamBhajan"
****
DS/KB
(रिलीज़ आईडी: 1997889)
आगंतुक पटल : 107
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Urdu
,
Kannada
,
English
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam