পোষ্ট কৰা হৈছে:
10 JAN 2024 6:03PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বীকাৰ কৰে যে কেন্দ্ৰীয় চৰকাৰৰ সুশাসন, মানক নিয়ন্ত্ৰণ আদেশ আৰু 'শূন্য ত্ৰুটি, শূন্য প্ৰভাৱ'ৰ মূলমন্ত্ৰৰ বাবে 'মে’ড ইন ইণ্ডিয়া' ‘ব্ৰেণ্ডিং’ ঘৰুৱা বজাৰৰ লগতে সমগ্ৰ বিশ্বতে স্বীকৃত হৈছে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে এই সন্দৰ্ভত ‘এক্স’-ত কৰা এটা ‘পোষ্ট’ ‘শ্বেয়াৰ’ কৰি প্ৰধানমন্ত্ৰীয়ে কয়:
"কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে সুশাসন, মানক নিয়ন্ত্ৰণ আদেশ আৰু 'শূন্য ত্ৰুটি, শূন্য প্ৰভাৱ'ৰ মূলমন্ত্ৰত কেন্দ্ৰৰ গুৰুত্বই কেনেদৰে 'মে’ড ইন ইণ্ডিয়া' ‘ব্ৰেণ্ডিং’ক ঘৰুৱা আৰু সমগ্ৰ বিশ্বতে স্বীকৃতিযোগ্য কৰি তুলিছে সেয়া বৰ্ণনা কৰিছে।"
***
DS/TS/KB