প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
তামিলনাডু আৰু যুৱক-যুৱতীসকলৰ কাৰ্যসূচীত উপস্থিত থাকি ২০২৪ চনৰ আৰম্ভণি কৰিব পৰাৰ বাবে গৌৰৱ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
02 JAN 2024 5:27PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডু আৰু যুৱপ্ৰজন্মৰ মাজত এক ৰাজহুৱা কাৰ্যসূচীৰে নতুন বছৰ আৰম্ভ কৰিব পৰাৰ বাবে আনন্দ আৰু গৌৰৱ প্ৰকাশ কৰে।
তেওঁ তিৰুচিৰাপল্লীৰ ‘ভাৰতীদাসন বিশ্ববিদ্যালয়’ৰ সমাৱৰ্তনৰ ফটোও শ্বেয়াৰ কৰিছিল
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:
"এয়া অত্যন্ত আনন্দৰ বিষয় যে মোৰ ২০২৪ চনৰ প্ৰথম ৰাজহুৱা কাৰ্যসূচী তামিলনাডুৰ দৰে মহান ৰাজ্যত অনুষ্ঠিত হৈছে আৰু সেয়াও আমাৰ যুৱশক্তিৰ মাজত। তিৰুচিৰাপল্লীৰ ‘ভাৰতীদাসন বিশ্ববিদ্যালয়’ৰ সমাৱৰ্তনৰ আভাস ইয়াত দিয়া হৈছে।"
***
DS/RT/KB
(रिलीज़ आईडी: 1992702)
आगंतुक पटल : 118
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
Bengali-TR
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam