প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচডি দেৱে গৌড়া, জেডি (এছ) কৰ্ণাটকৰ মুৰব্বী আৰু এইচডি ৰেভানাৰে মিলিত প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
21 DEC 2023 12:57PM by PIB Guwahati
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জেডি(এছ) কৰ্ণাটকৰ মুৰব্বী শ্ৰী এইচডি কুমাৰস্বামী আৰু শ্ৰী এইচডি ৰেভানাসহ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী এইচডি দেৱে গৌড়াৰে মিলিত হয়।
তেখেতে দেশৰ প্ৰগতিৰ ক্ষেত্ৰত দৃষ্টান্তমূলক অৱদানৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ
"প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী এইচডি দেৱে গৌড়া, শ্ৰী এইচডি কুমাৰস্বামী জী আৰু শ্ৰী এইচডি ৰেভানা জীক লগ পোৱাটো সদায় এক আনন্দৰ কথা।
ৰাষ্ট্ৰৰ প্ৰগতিৰ ক্ষেত্ৰত দেৱেগৌড়া জীৰ দৃষ্টান্তমূলক অৱদানক ভাৰতে মনত ৰাখিছে। ভিন্ন নীতিগত বিষয়ত তেওঁৰ চিন্তাধাৰা আছিল অন্তৰ্দৃষ্টিসম্পন্ন আৰু ভৱিষ্যতবাদী।"
***
DS/RT/SB
(रिलीज़ आईडी: 1989158)
आगंतुक पटल : 108
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam