প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘কাশী বিশ্বনাথ কৰিডৰ’-ৰ দ্বিতীয় বৰ্ষপূৰ্তি উদযাপন কৰে প্ৰধানমন্ত্ৰীয়ে
কাশীয়ে নিৰন্তৰ উন্নতি কৰিছে, প্ৰগতিৰ নতুন উচ্চতা অতিক্ৰম কৰিছে: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
14 DEC 2023 3:00PM by PIB Guwahati
‘কাশী বিশ্বনাথ কৰিডৰ’ৰ দ্বিতীয় বৰ্ষপূৰ্তি উদযাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
‘মাইগভইণ্ডিয়া’-ৰ দ্বাৰা ‘এক্স’-ত প্ৰেৰণ কৰা এটা ‘পোষ্ট’ ‘শ্বেয়াৰ’ কৰি প্ৰধানমন্ত্ৰীয়ে কয়:
"কাশীয়ে সমৃদ্ধিৰ যাত্ৰা অব্যাহত ৰাখিছে, আন্তঃগাঁথনি, সংস্কৃতি, পৰ্যটন, বাণিজ্য, উদ্ভাৱনককে ধৰি বিভিন্ন ক্ষেত্ৰত প্ৰগতিৰ নতুন উচ্চতা অতিক্ৰম কৰিছে।"
***
DS/TS/KB
(रिलीज़ आईडी: 1986665)
आगंतुक पटल : 71
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam