প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ইউনেস্কোৰ ‘অমূৰ্ত ঐতিহ্য তালিকা’ত গৰ্বাৰ অন্তৰ্ভুক্তিত আনন্দ প্ৰকাশ কৰে
পোষ্ট কৰা হৈছে:
06 DEC 2023 8:27PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ইউনেস্কো’ৰ ‘অমূৰ্ত ঐতিহ্য তালিকা’ত গুজৰাটৰ গৰ্বাৰ অন্তৰ্ভুক্তিত আনন্দ প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত কৰা ‘পোষ্ট’-ত কয়;
"গৰ্বা হৈছে জীৱন, একতা আৰু আমাৰ গভীৰভাবে প্ৰোথিত পৰম্পৰাৰ এক উৎসৱ। ‘অমূৰ্ত ঐতিহ্য তালিকা’ত ইয়াৰ অন্তৰ্ভুক্তিয়ে বিশ্বক ভাৰতীয় সংস্কৃতিৰ সৌন্দৰ্য প্ৰদৰ্শন কৰিব। এই সন্মানে আমাক ভৱিষ্যত প্ৰজন্মৰ বাবে আমাৰ ঐতিহ্য সংৰক্ষণ আৰু উত্সাহিত কৰিবলৈ অনুপ্ৰাণিত কৰিব। বিশ্বজোৰা এই স্বীকৃতিৰ বাবে অভিনন্দন জনাইছোঁ।"
********
DS/KB
(ৰিলিজ আই ডি : 1985055)
অতিথি কক্ষ : 104
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam