প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এটা সুন্দৰ কবিতা আবৃত্তি কৰাৰ বাবে কণমানি গায়কক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 10 DEC 2023 6:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ ৰাজ্যপাল বান্দাৰু দত্তাত্ৰেয়ৰ নাতিনীগৰাকীক সুন্দৰকৈ কবিতা আবৃত্তি কৰাৰ বাবে প্ৰশংসা কৰে।

ৰাজ্যপালগৰাকীয়ে ‘এক্স’-ত দিয়া এটা ‘পোষ্ট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;

"সৃষ্টিশীল আৰু আকৰ্ষণীয় হৈছে। তেওঁৰ শব্দোচ্চাৰণো নিতান্তই হৃদয়স্পৰ্শী হৈছে।"

 

***

DS/ST/KB


(रिलीज़ आईडी: 1985043) आगंतुक पटल : 106
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Assamese , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam