প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নাগালেণ্ডক ‘ৰাজ্যৰ মৰ্যাদা প্ৰদান দিৱস’ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

Posted On: 01 DEC 2023 10:15AM by PIB Guwahati

‘ৰাজ্যৰ মৰ্যাদা প্ৰদান দিৱস’ উপলক্ষে নাগালেণ্ডৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

 

‘এক্স’-ত কৰা এটা ‘পোষ্ট’ত প্ৰধানমন্ত্ৰীয়ে কয়:

 

"ৰাজ্যৰ মৰ্যাদা প্ৰদান দিৱস উপলক্ষে নাগালেণ্ডৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছো। আকৰ্ষণীয় ইতিহাস, বৰ্ণাঢ্য উৎসৱসমূহৰ লগতে উষ্ম হৃদয়ৰ লোকসকলৰ বাবে ৰাজ্যখন যথেষ্ট প্ৰশংসিত হৈ আহিছে। এই দিনটোৱে নাগালেণ্ডৰ বিকাশ আৰু সফলতাৰ দিশত অব্যাহত থকা যাত্ৰাক শক্তিসমৃদ্ধ কৰক।"


 

*****

DS/KB



(Release ID: 1981428) Visitor Counter : 61