প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বেংককত অনুষ্ঠিত ‘পেৰা এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপ’ত সুন্দৰ প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় ‘পেৰা আৰ্চাৰী দল’ক অভিনন্দন জনাইছে
प्रविष्टि तिथि:
23 NOV 2023 10:58AM by PIB Guwahati
বেংককত অনুষ্ঠিত ‘পেৰা এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপ’ত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰাৰ বাবে ‘ভাৰতীয় পেৰা আৰ্চাৰী দল’ক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত পোষ্ট কৰিছে;
"বেংককত ‘পেৰা এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপ’ত এক ঐতিহাসিক বিজয় সাব্যস্ত হ’ল!
‘ভাৰতীয় পেৰা আৰ্চাৰী দল’টোক তেওঁলোকৰ অভূতপূৰ্ব প্ৰদৰ্শনৰ বাবে অভিনন্দন জনাইছোঁ, ইতিহাসত তেওঁলোকৰ নাম লিপিবদ্ধ হ’ব!
দলটোৱে ‘চেম্পিয়নশ্বিপ’ত তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে ৪টা সোণৰ পদককে ধৰি মুঠ ৯টা পদকেৰে উজলি উঠিছে।
প্ৰতিগৰাকী খেলুৱৈক তেওঁলোকৰ অৱদানৰ বাবে প্ৰশংসা কৰিছোঁ। তেওঁলোকে আমাক সদায় গৌৰৱান্বিত কৰি থাকক।"
***
Dhiraj Singh / Siddhant Tiwari/KB
(रिलीज़ आईडी: 1979013)
आगंतुक पटल : 109
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam