প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আই চি চি ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ ফাইনেলত প্ৰৱেশৰ বাবে ভাৰতীয় ক্ৰিকেট দলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
प्रविष्टि तिथि:
15 NOV 2023 10:49PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আই চি চি ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ ছেমিফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় ক্ৰিকেট দলৰ অনবদ্য বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত কৰা এটা পোষ্টত লিখিছে : “টিম ইণ্ডিয়ালৈ অভিনন্দন! ভাৰতে অতি উত্তম প্ৰদৰ্শন আগবঢ়াই অনন্য শৈলীৰে ফাইনেলত প্ৰৱেশ কৰিছে। কল্পনাতীত বেটিং আৰু ভাল বলিঙে আমাৰ দলৰ বাবে জয় নিশ্চিত কৰি পেলালে। ফাইনেলৰ বাবে শুভেচ্ছা!”
******
DS/ST
(रिलीज़ आईडी: 1977309)
आगंतुक पटल : 157
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada