প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে গোটিলো ছংগ ছিংগিং চেন্সেশন আদিত্য গাধৱীক তেওঁৰ সংগীতৰ বাবে প্ৰশংসা কৰে

লগতে খালাচী ফেম ছিংগাৰ আদিত্য গাধৱীৰ সৈতে তেখেতৰ বিশেষ মত-বিনিময়ৰ কথাও স্মৰণ কৰে

Posted On: 03 NOV 2023 9:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোটিলো ছংগ ছিংগিং চেন্সেশন আদিত্য গাধৱীক তেওঁৰ সংগীতৰ বাবে প্ৰশংসা কৰে।


শ্ৰী মোদীয়ে আদিত্য গাধৱীৰ সৈতে হোৱা বিশেষ মত-বিনিময়ৰ কথাও স্মৰণ কৰে।


মোদী ষ্ট’ৰী এক্স হেণ্ডেলে আদিত্য গাধৱীৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ইয়াত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত তেওঁৰ সৈতে হোৱা বিশেষ মত-বিনিময়ৰ বিষয়ে কৈছে।


গোটিলো ছংগ ছিংগিং চেন্সেশন আদিত্য গাধৱীয়ে মোদীৰ নেতৃত্বক প্ৰশংসা কৰে।


মোদী ষ্ট’ৰীৰ এক্স প’ষ্টলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰে;


‘খালাচীয়ে চাৰ্টৰ শীৰ্ষস্থান দখল কৰিছে আৰু আদিত্য গাধৱীয়ে তেওঁৰ সংগীতৰ বাবে শ্ৰোতাৰ হৃদয় জয় কৰিছে।


এই ভিডিঅ’টোৱে এক বিশেষ মত-বিনিময়ৰ স্মৃতি মনলৈ আনিছে…”

****
 

DS/ST/SB



(Release ID: 1974746) Visitor Counter : 69