পোষ্ট কৰা হৈছে:
28 OCT 2023 11:46AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌৰ এছিয়ান গেমছৰ পুৰুষৰ দবাত ৰূপৰ পদক জয়ৰ বাবে সৌন্দৰ্য প্ৰধানক অভিনন্দন জ্ঞাপন কৰিছে৷
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“এছিয়ান পেৰা গেমছত পুৰুষৰ দবাত বি১ শাখা(ব্যক্তিগত)ত ৰূপৰ পদক জয়ৰ বাবে সৌন্দৰ্য প্ৰধানক অভিনন্দন জ্ঞাপন কৰিছো৷ তেওঁৰ সফলতাত ভাৰত আনন্দিত৷”
****
DS/RT/DB