প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছত পুৰুষৰ লং জাম্প টি-৬৪ প্ৰতিযোগিতাত স্বৰ্ণ পদক জয় কৰাৰ বাবে ধৰ্মৰাজ চোলাইৰাজক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 27 OCT 2023 6:48PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌ এছিয়ান পেৰা গেমছত পুৰুষৰ লং জাম্প টি-৬৪ প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে ধৰ্মৰাজ চোলাইৰাজক অভিনন্দন জ্ঞাপন কৰে। 

 

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ 

 

"এছিয়ান পেৰা গেমছত পুৰুষৰ লং জাম্প টি-৬৪ প্ৰতিযোগিতাত স্বৰ্ণিম জাঁপ আৰু আকাংক্ষিত স্বৰ্ণ পদক বিজয়ৰ বাবে ধৰ্মৰাজ চোলাইৰাজক অভিনন্দন জনাইছোঁ। ভাৰত উৎফুল্লিত। তেওঁ ইতিহাস ৰচনা কৰিছে আৰু দেশবাসীক অনুপ্ৰাণিত কৰিছে।"

************** 

DS/RT/KG


(रिलीज़ आईडी: 1972470) आगंतुक पटल : 145
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam