প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘এছিয়ান পেৰা গে’মছ ২০২২’ ত পুৰুষৰ ‘১৫০০ মিটাৰ – টি১১;ৰ চূড়ান্ত প্ৰতিযোগিতাত অংকুৰ ধামাই লাভ কৰা সোণৰ পদক উদযাপন কৰে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
25 OCT 2023 4:38PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত ‘এছিয়ান পেৰা গে’মছ ২০২২’ত পুৰুষৰ ‘১৫০০ মিটাৰ-টি-১১ৰ চূড়ান্ত প্ৰতিযোগিতা’ত ‘স্বৰ্ণ পদক’ অৰ্জন কৰাৰ বাবে অংকুৰ ধামাক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:
"অংকুৰ ধামাৰ বাবে এয়া এক অতুলনীয় বিজয়, তেওঁ ‘এছিয়ান পেৰা গে’মছ’ত তেওঁৰ দ্বিতীয়টো স্বৰ্ণ পদক অৰ্জন কৰিছে, এয়া অৰ্জন কৰিছে পুৰুষৰ ‘১৫০০ মিটাৰ - টি-১১’ৰ চূড়ান্ত প্ৰতিযোগিতাত। আগন্তুক সময়ত তেওঁ আৰু অধিক উন্নত প্ৰদৰ্শন কৰক।"
***
DS/TS/KB
(रिलीज़ आईडी: 1972303)
आगंतुक पटल : 114
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu