প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে এছিয়ান পেৰা গেমছ ২০২২ত বেডমিণ্টনৰ মহিলাৰ একক এছ ইউ ৫ শিতানত মনীষা ৰামদাসৰ ব্ৰঞ্জৰ পদক অৰ্জন উদযাপন কৰে

Posted On: 26 OCT 2023 2:38PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ ত বেডমিণ্টনৰ মহিলাৰ একক এছ ইউ ৫ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে মনীষা ৰামদাসক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে :

"এছিয়ান পেৰা গেমছত বেডমিণ্টনৰ মহিলাৰ একক এছ ইউ ৫ত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে মনীষা ৰামদাসলৈ আন্তৰিক অভিনন্দন।

সমৰ্পণৰ পৰা বিজয়লৈ তেওঁৰ যাত্ৰা প্ৰতিজন ভাৰতীয়ৰ বাবে এক অনুপ্ৰেৰণা।"

***

DS/TS/MK/AT
 



(Release ID: 1971993) Visitor Counter : 62