প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছত পুৰুষৰ ৪০০মিটাৰ-টি৬৪ ইভেণ্টত ৰূপৰ পদক জয়ৰ বাবে অজয় কুমাৰক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 24 OCT 2023 6:58PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছত পুৰুষৰ ৪০০মিটাৰ-টি৬৪ ইভেণ্টত ৰূপৰ পদক জয়ৰ বাবে অজয় কুমাৰক অভিনন্দন জনাইছে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“এছিয়ান পেৰা গেমছত পুৰুষৰ ৪০০মিটাৰ-টি৬৪ ইভেণ্টত ৰূপৰ পদক জয়ৰ বাবে অজয় কুমাৰক অভিনন্দন জনাইছো৷ তেওঁৰ এই অসাধাৰণ সাফল্যই তেওঁৰ নিষ্ঠা আৰু দৃঢ়তাক প্ৰতিপন্ন কৰিছে৷”

***

DS/RT/DB


(ৰিলিজ আই ডি : 1971459) অতিথি কক্ষ : 113