প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে কুপোষণৰ বিৰুদ্ধে যুঁজত বিপ্লৱ আনিবলৈ প্ৰযুক্তিৰ ব্যৱহাৰ বিষয়ৰ ওপৰত এটা লেখা শ্বেয়াৰ কৰে

পোষ্ট কৰা হৈছে: 24 OCT 2023 7:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কুপোষণৰ বিৰুদ্ধে দেশৰ যুঁজত বিপ্লৱ আনিবলৈ প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত ডাঃ ভি কে পলৰ এটা লেখা শ্বেয়াৰ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:

"কুপোষণৰ বিৰুদ্ধে আমাৰ যুঁজত বিপ্লৱ আনিবলৈ প্ৰযুক্তিৰ ব্যৱহাৰ! এয়া ডাঃ ভি কে পলৰ এটা অন্তৰ্দৃষ্টিপূৰ্ণ লেখা, যি এই কথাৰ ওপৰত আলোকপাত কৰিছে যে কেনেকৈ লক্ষিত আৰু দক্ষ প্ৰয়াসে তৃণমূল স্তৰত পৰিৱৰ্তন আনিছে। একেলগ হৈ আমি এখন সুস্থ আৰু শক্তিশালী ভাৰত নিৰ্মাণ কৰিম।"

**********

 

DS/RT


(ৰিলিজ আই ডি : 1971454) অতিথি কক্ষ : 152