প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ক্লাব থ্ৰো-এফ ৫১ এছিয়ান পেৰা গেমছ ইভেণ্টত ধৰমবীৰে ৰূপৰ পদক অৰ্জন কৰাত সন্তুষ্টি ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
23 OCT 2023 5:24PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত ক্লাব থ্ৰো-এফ৫১ ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে ধৰমবীৰক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
"এছিয়ান পেৰা গেমছত ক্লাব থ্ৰো (এফ৫১)ত ৰূপৰ পদক জয় কৰা ধৰমবীৰৰ বাবে গৌৰৱান্বিত। ই সঁচাকৈয়ে এক অনুপ্ৰেৰণাদায়ক সফলতা। আগন্তুক দিনৰ বাবে খেলুৱৈগৰাকীলৈ মোৰ শুভেচ্ছা।"
***********
DS/TS/KG
(रिलीज़ आईडी: 1971374)
आगंतुक पटल : 100
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam