প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰতীয় বক্সাৰ নিখাত জাৰীনক ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ অভিনন্দন

प्रविष्टि तिथि: 01 OCT 2023 8:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝুত অনুষ্ঠিত এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে ভাৰতীয় বক্সাৰ নিখাত জাৰীনক অভিনন্দন জ্ঞাপন কৰিছে। 

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, “এছিয়ান গেমছত দক্ষতা আৰু দৃঢ়তাৰে অসাধাৰণ প্ৰদৰ্শন দাঙি ধৰি ব্ৰঞ্জৰ পদক জয় কৰা @nikhat_zareen লৈ অভিনন্দন। এই পদকে তেওঁৰ অটল দায়বদ্ধতা আৰু অনুশাসনৰ প্ৰমাণ দাঙি ধৰে।”

***

DS/ST/MS


(रिलीज़ आईडी: 1967694) आगंतुक पटल : 101
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam