প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কম্পাউণ্ড ইভেন্টত সোণৰ পদক লাভৰ বাবে পুৰুষৰ আৰ্চাৰী টীমক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

Posted On: 05 OCT 2023 9:08PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছৰ কম্পাউণ্ড ইভেন্টত স্বৰ্ণ পদক লাভৰ বাবে অভিষেক বাৰ্মা, ওজাছ প্ৰবীণ দেওতালে আৰু প্ৰথমেশ জৱকাৰৰে গঠিত পুৰুষৰ আৰ্চাৰী দলটোক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ

"ভাৰতীয় আৰ্চাৰ সকলে সুখ্যাতি অৰ্জন কৰিছে! আমাৰ পুৰুষৰ আৰ্চাৰী দলটোৱে কম্পাউণ্ড ইভেন্টত সোণৰ পদক লাভেৰে আমাত গৌৰৱান্বিত কৰিছে!

@archer_abhishek, ওজাছ প্ৰবীণ দেওতালে আৰু প্ৰথমেশ জৱকাৰে উজ্জ্বল প্ৰদৰ্শন কৰিছে। সঁচাকৈয়ে আচৰিত! তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰাজিৰ বাবে শুভেচ্ছা জনালোঁ।" 

 

Indian Archers all the way! Proud of our Men's Archery team for winning the Gold Medal in Compound event!@archer_abhishek, Ojas Pravin Deotale and Prathamesh Jawkar, it was a stellar performance all the way. Amazing indeed! Best wishes for their future endeavours. pic.twitter.com/SRPspchRi3

— Narendra Modi (@narendramodi) October 5, 2023

 

***

DS/SB/BM



(Release ID: 1966567) Visitor Counter : 82