প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহিলা মল্লযুঁজৰ ৭৬ কেজি ফ্ৰী-ষ্টাইলত ব্ৰঞ্জৰ পদক লাভ কৰা কিৰণ বিষ্ণইক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

Posted On: 06 OCT 2023 6:20PM by PIB Guwahati

এছিয়ান গেমছত মহিলা মল্লযুঁজৰ ৭৬ কেজি ফ্ৰী-ষ্টাইলত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিৰণ বিষ্ণোইক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত পোষ্ট কৰি লিখিছে - “এছিয়ান গেমছত মল্লযুঁজ আন এক পদক, আন এক গৌৰৱ!

মহিলা মল্লযুঁজৰ ৭৬ কেজি ফ্ৰী-ষ্টাইলত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে কিৰণ বিষ্ণইলৈ অভিনন্দন। তেখেতৰ আগন্তুক প্ৰচেষ্টাৰ বাবে মোৰ শুভেচ্ছা।”

***



(Release ID: 1965666) Visitor Counter : 73