প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে পুৰুষৰ ব্ৰিজ টীমক এছিয়ান গেমছত ৰজত পদক জয় কৰাত অভিনন্দন জনায়
प्रविष्टि तिथि:
06 OCT 2023 10:09PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছৰ ব্ৰিজ ইভেণ্টত ৰজত পদক জয় কৰা পুৰুষৰ টীমক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:
"ভাৰতীয় পুৰুষ ব্ৰিজ টীমক তেওঁলোকৰ অসাধাৰণ প্ৰদৰ্শন আৰু এছিয়ান গেমছত ৰজত পদক জয় কৰাত অভিনন্দন।
ৰাজু তোলানী, অজয় প্ৰভাকৰ খৰে, সুমিত মুখাৰ্জী, ৰাজেশ্বৰ তিৱাৰী, জগজী শিৱদাসানী আৰু সন্দীপ ঠাকৰলে উল্লেখযোগ্য প্ৰতিভা আৰু সমৰ্পণ প্ৰদৰ্শন কৰে।"
**********
DS/RT
(रिलीज़ आईडी: 1965624)
आगंतुक पटल : 130
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam