প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে এছিয়ান গেমছত মহিলা ৰেগু ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰা ছেপাক টাক্ৰ টীমৰ প্ৰশংসা কৰে

পোষ্ট কৰা হৈছে: 06 OCT 2023 6:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত মহিলা ৰেগু ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাত ছেপাক টাক্ৰ টীমৰ প্ৰদৰ্শনৰ প্ৰশংসা কৰে।

এক্সত নিজৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

"এছিয়ান গেমছত মহিলা ৰেগু ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাত আমাৰ ছেপাক টাক্ৰ টীমক অভিনন্দন! তেওঁলোকৰ অসাধাৰণ কৌশল আৰু অটুট দৃঢ় সংকল্পই আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজৰ চমক বিয়পাইছে। ভাৰতে এই উল্লেখযোগ্য প্ৰাপ্তি উদযাপন কৰি আছে!"

**********

 

DS/ST


(ৰিলিজ আই ডি : 1965623) অতিথি কক্ষ : 132