প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান গেমছত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে স্কোৱাছ মিক্সড ডাবলছ দলক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 05 OCT 2023 9:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত স্কোৱাছ মিক্সড ডাবলছ ইভেণ্টৰ বাবে স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে দীপিকা পাল্লিকাল আৰু হৰিন্দৰ পাল সান্ধুক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

"এছিয়ান গেমছত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে আমাৰ স্কোয়াছ মিক্সড ডাবলছ দলক প্ৰশংসা। এই অভূতপূৰ্ব বিজয়ৰ বাবে @DipikaPallikal আৰু @sandhu_harinder ক অভিনন্দন। তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে তেওঁলোকলৈ মোৰ শুভেচ্ছা।"

***


(रिलीज़ आईडी: 1965264) आगंतुक पटल : 109
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Urdu , Kannada , English , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam