প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান গেমছ ২০২২ত পুৰুষ বক্সিংজ ৯২ কেজিৰ উৰ্ধ্বৰ ইভেণ্টত নৰেন্দ্ৰ বেৰৱালৰ ব্ৰঞ্জৰ পদক; প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
प्रविष्टि तिथि:
03 OCT 2023 10:04PM by PIB Guwahati
হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছ ২০২২ত পুৰুষ বক্সিংৰ ৯২ কেজিৰ উৰ্ধ্বৰ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৰেন্দ্ৰ বেৰৱালক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
“বক্সিংৰ ৯২ কেজিৰ উৰ্ধ্বৰ ইভেণ্টত অনবদ্য প্ৰদৰ্শনেৰে ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে নৰেন্দ্ৰ বেৰৱালক আন্তৰিক অভিনন্দন। আগন্তুক প্ৰচেষ্টাৰ বাবেও তেখেতলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভাৰতক গৌৰৱান্বিত কৰি যাওক!”
***
DS/TS/RD
(रिलीज़ आईडी: 1964496)
आगंतुक पटल : 140
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada