প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান গেমছ ২০২২ত মহিলাৰ হেপ্টাথলন ৮০০ মিটাৰত নন্দিনী আগাচাৰাৰ ব্ৰঞ্জ পদক বিজয়ত প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে

प्रविष्टि तिथि: 01 OCT 2023 8:36PM by PIB Guwahati

হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছ ২০২২ত অনুষ্ঠিত মহিলাৰ হেপ্টাথলন ৮০০ মিটাৰ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে নন্দিনী আগাচাৰাক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

 

"মহিলাৰ হেপ্টাথলন ৮০০ মিটাৰ ইভেণ্টত নন্দিনী আগচাৰাৰ অসাধাৰণ ব্ৰঞ্জ পদক বিজয়ত ভাৰত আনন্দিত। তেওঁ এগৰাকী পূৰ্ণ চেম্পিয়ন, যিয়ে ক্ৰীড়া চেতনা আৰু উৎকৃষ্টতাক প্ৰদৰ্শন কৰে। তেওঁক অভিনন্দন জনাইছোঁ আৰু আগন্তুক প্ৰচেষ্টাৰ বাবে শুভকামনা যাচিছোঁ।"

************ 

 

DS/TS/KG


(रिलीज़ आईडी: 1963388) आगंतुक पटल : 113
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , Tamil , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Telugu , Kannada