প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পুৰুষৰ ধিংগী - আইএলচিএ৭ ত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে বিষ্ণু সৰ্বনানক অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

Posted On: 27 SEP 2023 10:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত পুৰুষৰ ধিংগী- আইএলচিএ৭ত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে বিষ্ণু সৰ্বনানক অভিনন্দন জ্ঞাপন কৰে।

এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় – “এছিয়ান গেমছত পুৰুষৰ ধিংগী- আইএলচিএ৭ত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে বিষ্ণু সৰ্বনানক আন্তৰিক অভিনন্দন জনাইছো। তেওঁ যথেষ্ট দক্ষতা আৰু সংকল্প প্ৰদৰ্শন কৰিছে। তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভকামনা থাকিল।”


***

DS/ST



(Release ID: 1963129) Visitor Counter : 75