প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক ১ অক্টোবৰ, ২০২৩ ত শ্ৰমদানত যোগদান কৰিবলৈ আহ্বান জনায়
प्रविष्टि तिथि:
29 SEP 2023 10:12AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১ অক্টোবৰৰ পুৱা ১০ বজাত স্বচ্ছ ভাৰতৰ অংশ হিচাপে শ্ৰমদান কাৰ্যসূচীত যোগদান কৰিবলৈ দেশৰ সকলো নাগৰিককে আহ্বান জনাইছে।
স্বচ্ছ ভাৰত আৰ্বানে এক্সত শ্বেয়াৰ কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
"১ অক্টোবৰৰ পুৱা ১০ বজাত আমি এক গুৰুত্বপূৰ্ণ পৰিচ্ছন্নতাৰ পদক্ষেপৰ বাবে একত্ৰিত হ’ম।
স্বচ্ছ ভাৰত হৈছে এক অংশীদাৰী দায়িত্ব আৰু ইয়াৰ সকলো প্ৰচেষ্টা গুৰুত্বপূৰ্ণ। এক পৰিষ্কাৰ ভৱিষ্যতৰ বাবে এই মহৎ প্ৰচেষ্টাত যোগদান কৰক।"
(रिलीज़ आईडी: 1961953)
आगंतुक पटल : 166
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
Malayalam
,
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada