প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

৫০ মিটাৰ ৰাইফল ৩ পজিছন্স মহিলা শ্বুটিঙত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে আশী চৌকছেক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 27 SEP 2023 8:48PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত ৫০ মিটাৰ ৰাইফল ৩ পজিছন্স মহিলা শ্বুটিঙত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে শ্বুটাৰ আশী চৌকছেক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে;

৫০ মিটাৰ ৰাইফল ৩ পজিছন্স মহিলা শ্বুটিঙত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে অসাধাৰণ আশী চৌকছেক অভিনন্দন!

তেওঁ উল্লেখযোগ্য স্থিৰতা আৰু নিষ্ঠা প্ৰদৰ্শন কৰিছে। তেওঁ উজ্জ্বল হৈ থাকক আৰু আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰক।

**********

BM/GS

 


(रिलीज़ आईडी: 1961532) आगंतुक पटल : 134
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , Gujarati , Tamil , Kannada , Odia , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Telugu