প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান গেমছৰ ১০ মিটাৰ এয়াৰ ৰাইফলত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে ঐশ্বৰ্য প্ৰতাপ তোমৰক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

পোষ্ট কৰা হৈছে: 25 SEP 2023 2:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছ ২০২২ৰ ১০ মিটাৰ এয়াৰ ৰাইফলত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে ঐশ্বৰ্য প্ৰতাপ তোমৰক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে যে ঐশ্বৰ্য প্ৰতাপ তোমৰে এই উল্লেখনীয় সফলতাত উপনীত হ'বলৈ  দৃঢ় সংকল্প তথা আত্মবিশ্বাস  প্ৰদৰ্শন কৰিছে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে চতুৰ্থ স্থান লাভ কৰা ৰুদ্ৰাংঙ্কছ পাটিলৰ‌ উৎকৃষ্ট প্ৰদৰ্শনৰ‌ বিষয়েও উল্লেখ কৰে।

 

Impeccable performance by Aishwary Pratap Tomar! 🥉🇮🇳

In the intense battle, 10m Air Rifle finals at #AsianGames2022, Aishwary showcased remarkable skill and determination, securing a well-deserved bronze🌟🎯

Also, a special shoutout to @RudrankkshP, who played exceptionally… pic.twitter.com/KqdEUAAi9G

— SAI Media (@Media_SAI) September 25, 2023

 

**********

DS/SK


(ৰিলিজ আই ডি : 1960510) অতিথি কক্ষ : 118