প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান গেমছত ১০ মিটাৰ এয়াৰ ৰাইফল মহিলা দলৰ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে শ্বুটাৰ ৰমিতা, মেহুলি ঘোষ আৰু আশী চৌকছিক অভিনন্দন জনায়

प्रविष्टि तिथि: 24 SEP 2023 9:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছ ২০২২ত অনুষ্ঠিত ১০ মিটাৰ এয়াৰ ৰাইফল মহিলা দলৰ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে শ্বুটাৰ ৰমিতা, মেহুলি ঘোষ আৰু আশী চৌকছিক প্ৰশংসা কৰে।

এই কৃতিত্বক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “এই ৰূপৰ পদক আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ ফল। আমি #AsianGames2022 জিলিকি থকাৰ এই গতি অব্যাহত ৰাখোঁ আহক।“

 

*****


(रिलीज़ आईडी: 1960246) आगंतुक पटल : 158
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam