প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

হোৱাটছএপ চেনেলত প্ৰধানমন্ত্ৰীয়ে নিজৰ উপস্থিতি প্ৰতিপন্ন কৰে

Posted On: 19 SEP 2023 8:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হোৱাটছএপ চেনেলত যোগদান কৰাৰ লগতে যোগ দিবলৈ চেনেলটোৰ লিংকটোও শ্বেয়াৰ কৰিছে।

এটা এক্স পোষ্টত, পিএমে অৱগত কৰে;

"আজি মোৰ হোৱাটছএপ চেনেল আৰম্ভ কৰিছোঁ। এই মাধ্যমৰ জৰিয়তে সংযুক্ত হৈ থাকিবলৈ অপেক্ষা কৰি আছোঁ! লিংকটোত ক্লিক কৰি যোগ দিয়ক

https://www.whatsapp.com/channel/0029Va8IaebCMY0C8oOkQT1F"

**********



(Release ID: 1958938) Visitor Counter : 79