প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
Nvidia ৰ মুখ্য কাৰ্যবাহী বিষয়া জেনছেন হুয়াঙে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীক
प्रविष्टि तिथि:
04 SEP 2023 8:20PM by PIB Guwahati
Nvidia ৰ মুখ্য কাৰ্যবাহী বিষয়া জেনছেন হুয়াঙে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত ‘এক্স’ত এটা পোষ্টত লিখিছে কৰিছে:
“@nvidia ৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত জেনচেন হুয়াঙৰ সৈতে আজি এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হও। আমি AI জগতখনলৈ ভাৰতে আগবঢ়োৱা সমৃদ্ধ সম্ভাৱনীয়তাৰ বিষয়ে দীঘলীয়াকৈ আলোচনা কৰো। শ্ৰীযুত জেনচেন হুয়াঙে এই ক্ষেত্ৰত ভাৰতে আগবঢ়োৱা পদক্ষেপৰ প্ৰশংসা কৰে আৰু ভাৰতৰ প্ৰতিভাশালী যুৱক-যুৱতীসকলৰ বিষয়ে সমানে উৎসাহ প্ৰকাশ কৰে।”
********
(रिलीज़ आईडी: 1955394)
आगंतुक पटल : 158
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Gujarati
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Malayalam