প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতৰ জি-২০ অধ্যক্ষতা আৰু মানৱতাকেন্দ্ৰিক বিশ্বায়নত ইয়াৰ দৃষ্টিভংগীৰ সন্দৰ্ভত চিন্তাধাৰা লিপিবদ্ধ কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 07 SEP 2023 10:18AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ জি-২০ৰ অধ্যক্ষতাৰ সন্দৰ্ভত তেওঁৰ মতামত প্ৰকাশ কৰিছে। মানৱতাকেন্দ্ৰিক বিশ্বায়নৰ ক্ষেত্ৰত জি-২০ৰ দৃষ্টিভংগী আৰু মানৱতাৰ প্ৰগতিৰ ক্ষেত্ৰত সামূহিক মনোভাৱ নিশ্চিত কৰা সম্পৰ্কে প্ৰবন্ধটোত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ নিজৰ মতামত প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইটাৰৰ পোষ্টত কয়;

"দিল্লীত জি-২০ শীৰ্ষ সন্মিলন আৰম্ভ হোৱাৰ সময়তে ভাৰতৰ জি-২০ অধ্যক্ষতা আৰু আমি কেনেকৈ মানৱতাকেন্দ্ৰিক বিশ্বায়ন আৰু মানৱতাৰ অগ্ৰগতিৰ বাবে সামূহিক মনোভাৱ নিশ্চিত কৰাৰ কাম কৰিছো, সেই সন্দৰ্ভত এটা প্ৰবন্ধ লিখিছো৷

***



(Release ID: 1955371) Visitor Counter : 86