পোষ্ট কৰা হৈছে:
31 AUG 2023 9:46PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৭ এল কে এমত দবাৰ গ্ৰেণ্ডমাষ্টাৰ প্ৰজ্ঞানন্দক পৰিয়ালসহ সাক্ষাৎ কৰে। প্ৰজ্ঞানন্দৰ এক্স পোষ্টৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে এক্স পোষ্টত কয়;
“আজি ৭ এল কে এমত এগৰাকী অতি বিশেষ অতিথিক ল’গ পালো। পৰিয়ালৰ সৈতে তোমাক @rpragchessক লগ পাই আনন্দিত হৈছো। তুমি আবেগ আৰু অধ্যৱসায়ক নিজৰ কৰি লৈছা। তোমাৰ সফলতাৰ উদাহৰণে দেখুৱাইছে ভাৰতৰ যুৱক-যুৱতীসকলে কেনেকৈ যিকোনো ক্ষেত্ৰত জয়ী হ’ব পাৰে। তোমাক লৈ আমি গৌৰৱান্বিত!”
***