প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মেৰী মাটি মেৰা দেশ গীত প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয়ত গভীৰভাৱে প্ৰতিধ্বনিত হয়ঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
01 SEP 2023 8:19PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মেৰী মাটি মেৰা দেশ গীতটিৰ প্ৰশংসা কৰে।
তেওঁ এক্সত এইদৰে পোষ্ট কৰে,
"#MeriMaatiMeraDesh গীতটি প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয়ত গভীৰভাৱে প্ৰতিধ্বনিত হয়, যিয়ে আমাক আমাৰ প্ৰিয় ৰাষ্ট্ৰখনৰ বাবে কৰা ত্যাগৰ কথা সোঁৱৰাই দিয়ে। আহক আমি সকলোৱে এই আন্দোলনক সফল কৰি তোলো, যিয়ে আহিবলগীয়া প্ৰজন্মক অনুপ্ৰাণিত কৰিব।"
**************
(रिलीज़ आईडी: 1954697)
आगंतुक पटल : 150
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
Marathi
,
Bengali
,
Telugu
,
Urdu
,
English
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Malayalam