প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰখ্যাত গ্ৰীক গৱেষক আৰু সংগীতজ্ঞ কনষ্টাণ্টিনোছ কালাইটজিছৰ সৈতে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

Posted On: 25 AUG 2023 10:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ আগষ্টত এথেন্সত গ্ৰীক গৱেষক, সংগীতজ্ঞ শ্ৰী কনষ্টাণ্টিনোছ কালাইটজিছক সাক্ষাৎ কৰে।

 

ভাৰতৰ প্ৰতি শ্ৰীযুত কনষ্টাণ্টিনোছ কালাইটজিছৰ মৰম আৰু ভাৰতীয় সংগীত আৰু নৃত্যৰ প্ৰতি তেওঁৰ আগ্ৰহক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে ২০২২ চনৰ ২৭ নৱেম্বৰত "মন কি বাত"ৰ ৯৫ তম সংস্কৰণত তেওঁৰ বিষয়ে উল্লেখ কৰিছিল।

 

দুয়োগৰাকীয়ে গ্ৰীচত ভাৰতীয় সংস্কৃতিক অধিক জনপ্ৰিয় কৰাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে।

 

*************************



(Release ID: 1952913) Visitor Counter : 92