প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দক্ষিণ আফ্ৰিকাৰ বিজ্ঞান একাডেমীৰ বিশিষ্ট জিনীয় বিশেষজ্ঞ আৰু মুখ্য কাৰ্যবাহী বিষয়া ড° হিমলা ছুডিয়ালৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

Posted On: 24 AUG 2023 11:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৪ আগষ্টত জোহান্সবাৰ্গত দক্ষিণ আফ্ৰিকাৰ বিজ্ঞান একাডেমীৰ বিখ্যাত জিনীয় বিশেষজ্ঞ আৰু মুখ্য কাৰ্যবাহী বিষয়া ড° হিমলা ছুডিয়ালক সাক্ষাৎ কৰে।

মানৱ জিনীয় ৰেখাৰ ডমেইন আৰু ৰোগ পৰীক্ষাত ইয়াৰ প্ৰয়োগ সম্পৰ্কে তেওঁলোকে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে ড° ছুডিয়ালক জিনীয় ক্ষেত্ৰত ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ সৈতে সহযোগিতা কৰিবলৈ আমন্ত্ৰণ জনায়।

***


(Release ID: 1952889) Visitor Counter : 132