পোষ্ট কৰা হৈছে:
23 AUG 2023 7:25PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে যে চন্দ্ৰযান-৩ৰ এই বিজয়ে ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষা আৰু সামৰ্থ্যক প্ৰতিফলিত কৰিছে।
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ এটা টুইটাৰ পোষ্ট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, চন্দ্ৰযান-৩ৰ এই বিজয়ে ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষা আৰু সামৰ্থ্যক প্ৰতিফলিত কৰিছে। ভাৰতৰ বাবে এয়া এক গৌৰৱৰ মুহূৰ্ত।”
Chandrayaan-3's triumph mirrors the aspirations and capabilities of 140 crore Indians.
To new horizons and beyond!
Proud moment for 🇮🇳. https://t.co/4oi6w7TCGG
— Narendra Modi (@narendramodi) August 23, 2023
***