প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আইটিপিঅ’ আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী-তথা-সন্মিলন কেন্দ্ৰৰ শ্ৰমিকসকলক সন্মান জনাইছে প্ৰধানমন্ত্ৰীয়ে

Posted On: 26 JUL 2023 4:42PM by PIB Guwahati

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন আইটিপিঅ’ আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী-তথা-সন্মিলন কেন্দ্ৰত পূজা-অৰ্চনাৰ লগতে কেন্দ্ৰটো নিৰ্মাণৰে জড়িত শ্ৰমিকসকলক সম্বৰ্ধনা জনায়।


প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ

 

Delhi gets a modern and futuristic International Exhibition-cum-Convention Centre, which will boost conference tourism in India, thus bringing people from all over the world. The economic and tourism related benefits of the centre will also be multifold. pic.twitter.com/57cdCnu63T

— Narendra Modi (@narendramodi) July 26, 2023


"দিল্লীত এটি আধুনিক আৰু ভৱিষ্যতৰ আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী-তথা-সন্মিলন কেন্দ্ৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰই ভাৰতত কনফাৰেন্স পৰ্যটনক উদ্দীপনা যোগাব। ইয়াৰ ফলশ্ৰুতিত সমগ্ৰ বিশ্বৰ লোক ভাৰতলৈ আহিব। কেন্দ্ৰটোৰ অৰ্থনৈতিক আৰু পৰ্যটন সম্পৰ্কীয় সুবিধাও বহুগুণে হৈ উঠিব।"

 


"দিল্লীত আকৰ্ষণীয় আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী-তথা-সন্মিলন কেন্দ্ৰ নিৰ্মাণৰ বাবে কঠোৰ পৰিশ্ৰম কৰা শ্ৰমিকসকলক সন্মান জনাইছোঁ।"

 

Honouring the Shramiks who have toiled to build the impressive International Exhibition-cum-Convention Centre in Delhi. pic.twitter.com/C7zmdG4csf

— Narendra Modi (@narendramodi) July 26, 2023

 

***



(Release ID: 1950748) Visitor Counter : 73