প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পক্ষপাতশূন্য আৰু সামূহিক সমৃদ্ধি অৰ্জনৰ ক্ষেত্ৰত ভাৰতৰ উল্লেখযোগ্য প্ৰগতিক লৈ প্ৰধানমন্ত্ৰীৰ লিংকডইন পোষ্ট

পোষ্ট কৰা হৈছে: 18 AUG 2023 3:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে ছ'চিয়েল মিডিয়া ছাইট লিংকডইনত ভাৰতে কেনেদৰে পক্ষপাতশূন্য আৰু সামূহিক সমৃদ্ধি অৰ্জনৰ ক্ষেত্ৰত উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে সেই সন্দৰ্ভত পোষ্ট কৰিছে। তেওঁ দুটা গৱেষণা কৰ্মৰ আকৰ্ষণীয় কিছু অংশ সকলোৰে সৈতে ভাগ বতৰা কৰে। এটা এছবিআই গৱেষণাৰ পৰা আৰু আনটো এগৰাকী প্ৰখ্যাত সাংবাদিক শ্ৰী অনিল পদ্মনাভনৰ।

পোষ্টটো ইয়াত দেখা পাব 

https://www.linkedin.com/pulse/indias-rising-prosperity-narendra-modi

 

*************************


(ৰিলিজ আই ডি : 1950730) অতিথি কক্ষ : 127