প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
লণ্ডনৰ প্ৰসিদ্ধ এবে ৰোড ষ্টুডিঅ’ত ৰাষ্ট্ৰীয় সংগীত পৰিবেশনৰ বাবে ৰিকি কেজক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
14 AUG 2023 9:34PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লণ্ডনৰ প্ৰসিদ্ধ এবে ৰোড ষ্টুডিঅ’ত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰিবলৈ ১০০ জনীয়া ব্ৰিটিছ অৰ্কেষ্ট্ৰা, দ্য ৰয়েল ফিলহাৰমনিক অৰ্কেষ্ট্ৰা পৰিচালনাৰ বাবে ভাৰতীয় সুৰকাৰ তথা গ্ৰেমী বঁটা বিজয়ী ৰিকি কেজৰ শলাগ লয়।
ৰিকি কেজৰ এটি টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;
"সুন্দৰ। এই কাৰ্য্যই নিশ্চিতভাৱে প্ৰতিজন ভাৰতীয়কে গৌৰৱান্বিত কৰিব।“
Wonderful. It will certainly make every Indian proud. https://t.co/IDQZdCFpdQ
— Narendra Modi (@narendramodi) August 14, 2023
***
(रिलीज़ आईडी: 1949814)
आगंतुक पटल : 137
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam