প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

অধিক সমৃদ্ধিৰ প্ৰবল ইচ্ছাৰে ভাৰত বিশ্বজুৰি এক উজ্জ্বল স্থান হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 16 JUL 2023 5:58PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেপিটেল গ্ৰুপত প্ৰকাশিত “এই দশকৰ উদীয়মান বজাৰ হ’বনে ভাৰত?” শীৰ্ষক এক প্ৰবন্ধ শ্বেয়াৰ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰি এইদৰে কয়। “যুৱক-যুৱতী আৰু উদ্যোগীসকলে এই ৯টা পইণ্ট আকৰ্ষণীয় বুলি বিবেচনা কৰিব। আৰু হয়, ভাৰতবৰ্ষ অধিক বৃদ্ধিৰ প্ৰবল ইচ্ছাৰে বিশ্বব্যাপী এক উজ্জ্বল স্থান!”

***


(रिलीज़ आईडी: 1940328) आगंतुक पटल : 133
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam