প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নাগালেণ্ডৰ চহকী জৈৱিক উৎপাদিত সামগ্ৰী সঁচাকৈয়ে আনন্দৰ বিষয়ঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
12 JUN 2023 6:42PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নাগালেণ্ডৰ চহকী জৈৱিক উৎপাদিত সামগ্ৰী প্ৰকৃতি আৰু সংস্কৃতিৰ মাজত সমন্বয়ৰ প্ৰমাণ।
ৰাজ্যসভাৰ সাংসদ শ্ৰীমতী এছ ফাংনন কনিয়াৰ টুইটৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে টুইটাৰত কয়; “নাগালেণ্ডৰ চহকী জৈৱিক উৎপাদিত সামগ্ৰী সঁচাকৈয়ে এক আনন্দৰ বিষয়। ই প্ৰকৃতি আৰু সংস্কৃতিৰ মাজত সম্প্ৰীতিৰো প্ৰমাণ।”
*******
(रिलीज़ आईडी: 1936347)
आगंतुक पटल : 149
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam