প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মিলেটত প্ৰচুৰ খাদ্যশক্তি" শীৰ্ষক গীতৰ ভিডিঅ' মুক্তি লাভত আদৰণি প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 28 JUN 2023 9:08PM by PIB Guwahati


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে "মিলেটত প্ৰচুৰ খাদ্যশক্তি" শীৰ্ষক গীতৰ ভিডিঅ' মুক্তি লাভত আদৰণি জনাইছে। বিশ্বৰ ক্ষুধা নিবৃত্তিত সহায় কৰিবলৈ আৰু কৃষকসকলক মিলেটৰ খেতি কৰাত সহায় কৰিবলৈ এই গীতটি ৰচনা কৰা হৈছে আৰু প্ৰধানমন্ত্ৰীৰ সৈতে গীতটি পৰিৱেশন কৰিছে গায়ক ফালুৱে। 

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ
"অতি সৃষ্টিশীল আৰু স্বাস্থ্যসন্মত জীৱন যাপনৰ বাবে মিলেটৰ খেতি কৰিবলৈ অগণন লোকক অনুপ্ৰাণিত কৰিব!"

*************************

 


(रिलीज़ आईडी: 1936316) आगंतुक पटल : 188
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Marathi , Tamil , Telugu , Kannada , Malayalam , Odia , English , Urdu , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati