প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উদ্যোগপতি ইলন মাস্কৰে প্ৰধানমন্ত্ৰীৰ বৈঠক
प्रविष्टि तिथि:
21 JUN 2023 8:22AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টেছলা ইনকৰ্পৰেচন আৰু স্পেচএক্সৰ চিইঅ’ ইলন মাস্কৰে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত মিলিত হয়।
প্ৰধানমন্ত্ৰীয়ে ভিন্ন খণ্ডত প্ৰযুক্তিক সুলভ আৰু সুগম কৰি তোলাৰ ক্ষেত্ৰত মাস্কৰ প্ৰচেষ্টাৰ শলাগ লয়। প্ৰধানমন্ত্ৰীয়ে মাস্কক বৈদ্যুতিক গতিশীলতা আৰু দ্ৰুতগতিত সম্প্ৰসাৰিত বাণিজ্যিক মহাকাশ খণ্ডত বিনিয়োগৰ বাবে ভাৰতলৈ আমন্ত্ৰণ জনায়।
******
(रिलीज़ आईडी: 1935672)
आगंतुक पटल : 158
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam