প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পুৰুষৰ জুনিয়ৰ এছিয়া কাপত বিজয়ৰ বাবে ভাৰতৰ জুনিয়ৰ পুৰুষ হকী দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 02 JUN 2023 6:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুৰুষৰ জুনিয়ৰ এছিয়া কাপত বিজয়ৰ বাবে ভাৰতৰ জুনিয়ৰ পুৰুষ হকী দলক অভিনন্দন জ্ঞাপন কৰিছে৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

“পুৰুষৰ জুনিয়ৰ এছিয়া কাপত বিজয়ৰ বাবে আমাৰ জুনিয়ৰ পুৰুষ হকী দলক অভিনন্দন জনাইছো৷ তেওঁলোকৰ এই জয়ত আমাৰ যুৱক-যুৱতীসকলে যি উজ্জ্বল প্ৰতিভা আৰু দৃঢ়তাক প্ৰতিফলিত কৰে। তেওঁলোকে ভাৰতক অতিশয় গৌৰৱান্বিত কৰিছে৷”

 

***


(ৰিলিজ আই ডি : 1934426) অতিথি কক্ষ : 146