প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতে জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰিবলৈ, দীৰ্ঘস্থায়ী বিকাশৰ লক্ষ্য আহৰণ কৰিবলৈ আৰু দেশৰ সমৃদ্ধ জৈৱ-বৈচিত্ৰ্য সংৰক্ষিত কৰাৰ বাবে মহত্বপূৰ্ণ পদক্ষেপ লৈছে: পিএম

Posted On: 16 JUN 2023 2:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰিবলৈ, দীৰ্ঘস্থায়ী বিকাশৰ লক্ষ্য আহৰণ কৰিবলৈ আৰু দেশৰ সমৃদ্ধ জৈৱ-বৈচিত্ৰ্য সংৰক্ষিত কৰাৰ সৈতে জড়িত মহত্বপূৰ্ণ পদক্ষেপৰ বিষয়ে লেখা, গ্ৰাফিক্স, ভিডিঅ'আৰু তথ্য শ্বেয়াৰ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:

"নিজৰ পৰম্পৰা আৰু লোকাচাৰ অনুসৰি, আমি #9YearsOfSustainableGrowth-ত মনোনিবেশ কৰিছোঁ। আমি জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰিবলৈ, দীৰ্ঘস্থায়ী বিকাশৰ লক্ষ্য আহৰণ কৰিবলৈ আৰু ভাৰতৰ সমৃদ্ধ জৈৱ-বৈচিত্ৰ্য সংৰক্ষিত কৰিবলৈ মহত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছোঁ।"

**********



(Release ID: 1932998) Visitor Counter : 96